Thursday, 05 November 2026
লগইন

Contact Usযোগাযোগ

We would love to hear from you. Whether you have a news tip, a correction, feedback about our coverage or an advertising enquiry, please get in touch.

Contact details

How we can help

  • News tips: tell us what is happening in your area. Mention where and when it happened, and send photos or documents if you have them. We verify all information before publishing and protect the identity of our sources.
  • Corrections: if you believe something we published is wrong, send us the article link and tell us what needs to be corrected. We review every request and correct errors promptly.
  • Advertising: see Advertise With Us or email us with your requirements.
  • Complaints: we acknowledge complaints within 24 hours and aim to resolve them within 15 days, as described in our Editorial Policy.

Follow us

We aim to reply within two working days.

আপোনাৰ পৰা শুনিবলৈ আমি আগ্ৰহী। বাতৰিৰ সম্ভেদ, কোনো শুধৰণি, আমাৰ সংবাদ পৰিৱেশন সম্পৰ্কে মতামত বা বিজ্ঞাপন সম্পৰ্কীয় জিজ্ঞাসা — যিকোনো কথাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।

যোগাযোগৰ ঠিকনা

আমি কেনেদৰে সহায় কৰিব পাৰোঁ

  • বাতৰিৰ সম্ভেদ: আপোনাৰ অঞ্চলত কি ঘটিছে আমাক জনাওক। ঘটনাটো ক'ত আৰু কেতিয়া ঘটিছে উল্লেখ কৰক আৰু সম্ভৱ হ'লে ফটো বা নথি পঠিয়াওক। প্ৰকাশৰ আগতে আমি সকলো তথ্য পৰীক্ষা কৰোঁ আৰু তথ্যৰ উৎসৰ পৰিচয় সুৰক্ষিত ৰাখোঁ।
  • শুধৰণি: আমি প্ৰকাশ কৰা কোনো তথ্য ভুল বুলি ভাবিলে বাতৰিটোৰ লিংক আৰু কি শুধৰাব লাগিব সেয়া আমাক জনাওক। প্ৰতিটো অনুৰোধ আমি পৰীক্ষা কৰোঁ আৰু ভুল সোনকালে শুধৰাওঁ।
  • বিজ্ঞাপন: বিজ্ঞাপন দিয়ক পৃষ্ঠাখন চাওক বা আপোনাৰ প্ৰয়োজনীয়তা উল্লেখ কৰি আমাক ইমেইল কৰক।
  • অভিযোগ: আমাৰ সম্পাদকীয় নীতিত উল্লেখ কৰা অনুসৰি আমি ২৪ ঘণ্টাৰ ভিতৰত অভিযোগ গ্ৰহণৰ কথা জনাওঁ আৰু ১৫ দিনৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰোঁ।

আমাক অনুসৰণ কৰক

আমি সাধাৰণতে দুটা কৰ্মদিৱসৰ ভিতৰত উত্তৰ দিবলৈ চেষ্টা কৰোঁ।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।