গৰিমাই কয়,"আমাৰ বক্তব্য আৰু উদ্বেগ যাতে ন্যায়িক প্ৰক্ৰিয়াত উপযুক্ত আৰু যথাযত ভাৱে উপস্থান হয় তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ তন্তত শেষ কৰি অভিযোগনামা আদালতত দাখিল কৰা হৈছে ৷ মূল গোচৰটো নিৰ্ধাৰিত আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু সমান্তৰালকৈ জামিন বিষয়টো চলি আছে ৷ ন্যায়ৰ বাবে বৈধ দাবী উত্থাপন কৰা আৰু
জুবিন গাৰ্গৰ ন্যায়ৰ দাবী প্ৰতিবাদত গৰিমাই অংশগ্ৰহণ নকাৰৰ কাৰণ ক'লে গৰিমাই
জুবিনৰ স্বাৰ্থত প্ৰতিবাদত নবহে গৰিমা

নিউজ ডেস্ক: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গৰিমা শইকীয়া গাৰ্গে কিয় প্ৰত্যক্ষ প্ৰতিবাদত অংশগ্ৰহণ নকৰে সেই সন্দৰ্ভত সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলে গৰিমা শইকীয়া গাৰ্গে ৷ তেওঁ কয়,"আমি সত্য আৰু ন্যায় বিচাৰো ৷ বিগত কেইবাটা দিনত ভিন্ন দল সংগঠনে আমাক আহ্বান জনাইছিল যে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কৰা প্ৰতিবাদসমূহ আমি অংশগ্ৰহণ কৰা উচিত ৷ সেই আহ্বান আৰু আবেগক আমি বুজি পাওঁ ৷ কিন্তু আইনগত দৃষ্টিত আমাৰ স্থিতি সম্পৰ্কে আমি স্পষ্ট কৰি দিব বিচাৰিছো ৷ জুবিনক হেৰুৱা দিনৰ পৰা আমাৰ দাবী এটাই ঘটনাটো ন্যায় প্ৰক্ৰিয়াৰ মাজাৰে জুবিনে ন্যায় পাওক ৷ এই ক্ষেত্ৰত আমাৰা অৱস্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু কেতিয়াও নহয় ৷"
মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।