তথ্য অনুসৰি, মনোজে দীঘলীয়াকৈ ৮ ফুট আৰু কাষৰ পৰা ২৫ ফুট চৰকাৰী মাটি আৰু আলিকাষ জান দখল কৰি অনা অসমীয়াই সীমা বেৰা নিৰ্মাণ কৰিছে । গতিকে অতি শীঘ্ৰে মনোজ মৌৰ আৰু উক্ত প্রতিষ্ঠানৰ বিৰুদ্ধে চক্ৰ বিষয়া আৰু অনুসূচিত জাতি যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ যৌথ উদ্যোগত আলিকাষ জানৰ হৈ সমালোচনা মৰ্মে সীমা বেৰা ভাঙি চৰকাৰী ভূমি এৰি দিবৰ বাবে দাবী জনায় ।
যোৰহাট পশ্চিম ৰাজহ-চক্রৰ অন্তর্গত এৰালতলি পথাৰ গাঁৱৰ ১৫৮ নং দাগৰ বাষ্ট্ৰীয় ঘাই পথৰ পৰা প্রায় ৬০ ফুট বহল পৌৰাণিক আলি কাষ জান, স্থানীয়লোকেৰ মাজত পি.পি. জান নামেৰে জনাজাত ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।