নিউজিলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে টছত জয়লাভ কৰি শ্ৰেয়াস আয়াৰৰ নেতৃত্বাধীন ভাৰতৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ ভাৰতে প্ৰথমে বেট ধৰি ৪২.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱায় ২০৯ ৰাণত সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ অক্ষৰ পেটেল ৪৬ আৰু ঈশান কিষাণে ৪৬ ৰাণ সংগ্ৰহ কৰে ৷ নিউজিলেণ্ডৰ হৈ মিচেল চেণ্টনাৰ আৰু জেকব ডাফিয়ে ৩ টাকৈ উকেইট দখল কৰে৷
ভাৰতে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰিবলৈ গৈ নিউজিলেণ্ডে ৪৮.১ অভাৰত ১৮৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ৷ ফলত ২২ ৰাণত ভাৰতে জয়লাভ কৰে ৷ নিউজিলেণ্ডৰ হৈ ডীন ফক্সক্ৰফ্ট সৰ্বাধিক ৩১ ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ বেগী বলাৰ অৰ্শদীপ সিঙে তিনিটা, অক্ষৰ পেটেল আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট দখল কৰে ৷

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।